পিটাৰ ডিংকলেজ

আমেৰিকান অভিনেতা

পিটাৰ হেইডেন ডিংকলেজ (ইংৰাজী: Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ (আউটষ্টেণ্ডিং ছাপৰ্টিং এক্টৰ ইন এ ড্ৰামা ছিৰিজ) শিতানত অভিলেখসংখ্যক চতুৰ্থবাৰলৈ প্ৰাইমটাইম এমি বঁটা লাভ কৰে। তেওঁ এই চৰিত্ৰটোৰ বাবে ২০১১ চনত গ'ল্ডেন গ্ল'ব বঁটা আৰু ২০২০ চনত স্ক্ৰীণ এক্টৰ্ছ গিল্ড বঁটাও লাভ কৰিছিল।

পিটাৰ ডিংকলেজ

উদ্ধৃতি সম্পাদনা কৰক

  • মই জীৱ-জন্তু ভাল পাওঁ, সকলো জীৱ-জন্তু। মই মেকুৰী বা কুকুৰ এটাক—বা কুকুৰা বা গৰু এটাক আঘাত নিদিলোঁহেঁতেন৷ আৰু মই আন কাৰোবাক মোৰ বাবে তেওঁলোকক আঘাত দিবলৈ নক’লোঁহেঁতেন৷ সেইবাবেই মই নিৰামিষভোজী৷

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: