পাবলো নেৰুদা

ন'বেল বঁটা বিজয়ী কবি-কুটনীতিবিদ তথা ৰাজনেতা

পাবলো নেৰুদা (জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'ৰ ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক গণৰাজ্যৰ কবি জান নেৰুদাৰ নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।

১৯৬৩ চনত পাবলো নেৰুদা।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. কবি বাস্তৱবাদী নহ'লে তেওঁ মৃত আৰু কবি যদি অকাল বাস্তৱবাদী তেৱোঁ মৃত। অযৌক্তিক কবিতা হ'লে কবিৰ কবিতা তেওঁ আৰু তেওঁৰ প্ৰিয়তমাইহে বুজি পাব। এইটো খুব দুখৰ কথা। কবি যুক্তিবাদী হ'লে কবিতা গাধইও বুজি পাব।
  2. তুমি সকলো ফুল ছিঙি পেলাব পাৰা। কিন্তু বসন্তৰ আগমণক ৰুধিব নোৱাৰা।[]
  1. নিয়মীয়া বাৰ্তা (১৬ জুন ২০২৫). আহৰণ কৰা হৈছে: ১৭ জুন ২০২৫.

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: