ন’ৱা ৱেবষ্টাৰ (১৬ অক্টোবৰ ১৭৫৮ – ২৮ এপ্ৰিল ১৮৪৩) এজন মাৰ্কিন অভিধানলেখক, পাঠ্যপুথি লেখক, বানান সংস্কাৰক, ৰাজনৈতিক লেখক তথা সম্পাদক আছিল।

ন’ৱা ৱেবষ্টাৰৰ চিত্ৰ

উদ্ধৃতি সম্পাদনা কৰক

  1. "ভাষা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ।"