ট্ৰুমেন কেপোট (৩০ ছেপ্টেম্বৰ ১৯২৪ - ২৫ আগষ্ট ১৯৮৪), এজন আমেৰিকান লেখক আছিল।

বিফলতা হৈছে এনে এবিধ মছলা, যি সফলতাক ইয়াৰ সোৱাদ প্ৰদান কৰে৷

উদ্ধৃতি সম্পাদনা কৰক

  1. “বিফলতা হৈছে এনে এবিধ মছলা, যি সফলতাক ইয়াৰ সোৱাদ প্ৰদান কৰে৷”[১]
  2. “উত্তৰ নোপোৱা প্ৰাৰ্থনাতকৈ উত্তৰ পোৱা প্ৰাৰ্থনাই অধিক চকুলো নিগৰায়।”[২]

উৎস সম্পাদনা কৰক

  1. কেপোট, ট্ৰুমেন. "বাণী", ২ ছেপ্টেম্বৰ, ২০২১,.পৃষ্ঠাসমূহ. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.
  2. কেপোট, ট্ৰুমেন (1986)। Answered Prayers। আহৰণ কৰা হৈছে: ৫ জুলাই ২০২৩।