টিম'থি ফেৰিছ (ইংৰাজী: Timothy Ferriss) বা টিম ফেৰিছ এজন আমেৰিকান উদ্যোগী, বিনিয়োগকাৰী, লেখক, পডকাষ্টাৰ, আৰু জীৱনশৈলীৰ গুৰু। তেওঁ নিজৰ "৪ আৱাৰছ" আত্মসহায়ক গ্ৰন্থ শৃংখলাৰ জৰিয়তে সুপৰিচিত হৈ পৰিছিল। শৃংখলাটোৱে জীৱনশৈলীৰ অনুকূলনকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু পিছত তেওঁ এই পদ্ধতিৰ বিষয়ে পুনৰ বিবেচনা কৰিছে।

টিম'থি ফেৰিছ

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. আমি যিটো কাম কৰিবলৈ আটাইতকৈ বেছি ভয় কৰোঁ, সেই কামটোকে কৰাটো আটাইতকৈ বেছি প্ৰয়োজন।[১]

উত্‍স সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: