টমাছ জিভছ হৰ্ডাৰ, ১ম বেৰন হৰ্ডাৰ, জিচিভিঅ' (ইংৰাজী: Thomas Jeeves Horder, 1st Baron Horder, GCVO; ৭ জানুৱাৰী ১৮৭১ – ১৩ আগষ্ট ১৯৫৫) এজন ব্ৰিটিছ চিকিৎসক আছিল। তেওঁ সপ্তম এডৱাৰ্ড, পঞ্চম আৰু ষষ্ঠ জৰ্জৰ সাধাৰণ চিকিৎসক আৰু দ্বিতীয় ৰাণী এলিজাবেথৰ অতিৰিক্ত চিকিৎসক হিচাপে নিযুক্তিৰ বাবে অধিক পৰিচিত আছিল। তেওঁ তিনিজন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচিত চিকিৎসকো আছিল। ১৯১৮ চনত নাইট উপাধি লাভ কৰে, ১৯২৩ চনত বেৰনেট হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৩৩ চনত পিৰেজলৈ উন্নীত হয়।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. বহুতো ইংৰাজ এশ বছৰ আগতে সুস্বাস্থ্যৰ নিচাত মতলীয়া হৈ আছিল। কিন্তু তেওঁলোকে ভিটামিনৰ নামেই শুনা নাছিল।[১]

উৎস সম্পাদনা কৰক

  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই

বাহ্যিক সংযোগ সম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: