জৰ্জ এলিয়ট
মেৰী এন ইভান্স (২২ নৱেম্বৰ ১৮১৯ – ২২ ডিচেম্বৰ ১৮৮০; বৈকল্পিকভাৱে মেৰী এনি বা মাৰিয়ান), যাক তেওঁৰ ছদ্মনাম জৰ্জ ইলিয়ট বুলি জনা যায়, এগৰাকী ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা আছিল। তেওঁ সাতখন উপন্যাস লিখিছিল: এডাম বেড (১৮৫৯), দ্য মিল অন দ্য ফ্লছ (১৮৬০), চিলাছ মাৰ্নাৰ (১৮৬১), ৰোমোলা (১৮৬২-৬৩), ফেলিক্স হল্ট, দ্য ৰেডিকেল (১৮৬৬), মিডলমাৰ্চ (১৮৭১-৭২) আৰু ডেনিয়েল ডেৰোণ্ডা (১৮৭৬)। চাৰ্লছ ডিকেঞ্চ আৰু থমাছ হাৰ্ডিৰ দৰে, তেওঁ প্ৰাদেশিক ইংলেণ্ডৰ পৰা আত্মপ্ৰকাশ কৰিছিল আৰু তাতেই তেওঁ বেছিভাগ সাহিত্যকৃতিৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। তেওঁ ইংলেণ্ডৰ প্বাস্তৱবাদ, মানসিক অন্তৰ্দৃষ্টি, স্থানৰ অনুভূতি আৰু গ্ৰাম্য অঞ্চলৰ বিতং চিত্ৰণৰ বাবে জনাজাত।
উদ্ধৃতিসমূহ
সম্পাদনা কৰকউত্স
সম্পাদনা কৰক- ↑ নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ, ২০২১
- ↑ নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী, ২০২২
- ↑ নাৰীৰ বিষয়ে কিছু সাহসী মন্তব্য. আহৰণ কৰা হৈছে: 30 জানুৱাৰী 2024.