জ্যাঁ-জাক ৰুছো
জ্যাঁ-জাক ৰুছো (ইংৰাজী: Jean-Jacques Rousseau) আছিল জেনেভাৰ এজন দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপত আলোকোজ্জ্বল যুগৰ (ইংৰাজী: Age of Enlightenment) প্ৰগতিৰ লগতে ফৰাচী বিপ্লৱৰ কিছুমান দিশ আৰু আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাৰ বিকাশত প্ৰভাৱ পেলাইছিল।
উদ্ধৃতি
সম্পাদনা কৰকউৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা