জ্যাঁ-জাক ৰুছো (ইংৰাজী: Jean-Jacques Rousseau) আছিল জেনেভাৰ এজন দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেওঁৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপত আলোকোজ্জ্বল যুগৰ (ইংৰাজী: Age of Enlightenment) প্ৰগতিৰ লগতে ফৰাচী বিপ্লৱৰ কিছুমান দিশ আৰু আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক চিন্তাৰ বিকাশত প্ৰভাৱ পেলাইছিল।

শিল্পীৰ তুলিকাত ৰুছো

উদ্ধৃতিসম্পাদনা কৰক

  1. মানুহে স্বাধীন হৈ জন্মগ্ৰহণ কৰে আৰু সকলো ক্ষেত্ৰতে সি শৃংখলিত।[১]
  2. এজন মানুহে নিজকে বহুতৰ প্ৰভু বুলি ভাবিব পাৰে, কিন্তু প্ৰকৃততে তেওঁ সেই সকলৰ তুলনাত অধিক দাসসুলভ।[১]

উৎসসম্পাদনা কৰক

  1. ১.০ ১.১ এশখন মহৎ গ্ৰন্থ; সম্পাদনা — কনকসেন ডেকা