জোডি পিকোল্ট

আমেৰিকাৰ লেখিকা

জোডি পিকোল্ট (ইংৰাজী: Jodi Picoult; জন্ম: ১৯ মে' ১৯৬৬) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লেখিকা।

২০১৩ চনত পিকোল্ট

উদ্ধৃতি সম্পাদনা কৰক

  1. আপুনি যে এজন ভাল শিক্ষক হ’বৰ বাবে চিন্তা কৰে, তাৰ অৰ্থ হ’ল আপুনি ইতিমধ্যেই এজন ভাল শিক্ষক৷[১]

উৎস সম্পাদনা কৰক