জন বাৰ্ডন চেণ্ডাৰছন হলডেন (ইংৰাজী: J. B. S. Haldane; ৫ নৱেম্বৰ ১৮৯২ – ১ ডিচেম্বৰ ১৯৬৪) আছিল এগৰাকী ব্ৰিটিছ জিনীয় বিজ্ঞানী আৰু বিৱৰ্তনশীল জীৱবিজ্ঞানী।

১৯১৪ চনত জে বি এছ হলডেন

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  • এই বিশ্বব্ৰহ্মাণ্ডখন কেৱল আমি অনুমান কৰাৰ দৰে বিচিত্ৰ নহয়, ই আমি ভাবিব পৰাতকৈও অধিক বিচিত্ৰ।[১]

উৎস সম্পাদনা কৰক

  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “ভৱিষ্যৎকেন্দ্ৰিক চিন্তন কিমান উপাদেয়?”, লক্ষ্য এক মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8