জীবনানন্দ দাস

বাংলা কবি, লেখক আৰু ঔপন্যাসিক

জীবনানন্দ দাস (জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৮৯৯, বৰিশাল - মৃত্যু: ২২ অক্টোবৰ, ১৯৫৮)[] বিংশ শতাব্দীৰ অন্যতম প্ৰধান আধুনিক বঙালী কবি। তেওঁ বঙালী কাব্যজগতত আধুনিকতাৰ পথ প্ৰদৰ্শকসকলৰ মাজত অগ্ৰগণ্য। মৃত্যুৰ পাছৰ পৰা আৰম্ভ কৰি বিংশ শতাব্দীৰ শেষ ধাপত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৯৯ চনত যেতিয়া তেওঁৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছিল তেতিয়ালৈ তেওঁ বঙালী সাহিত্যৰ জনপ্ৰিয়তম কবিত পৰিণত হৈছিল। তেওঁ প্ৰধানত: কবি হ’লেও বহুসংখ্যক প্ৰবন্ধ-নিবন্ধও ৰচনা আৰু প্ৰকাশ কৰিছিল। ১৯৫৮ চনত অকাল মৃত্যুৰ আগলৈকে গোপনে তেওঁ ১৪খন উপন্যাস আৰু ১০৮টা চুটিগল্প ৰচনা কৰে যিবোৰৰ এটাও জীৱিত অৱস্থাত প্ৰকাশ হোৱা নাছিল। চৰম দৰিদ্ৰতাৰ মাজেৰে তেওঁ জীৱন পাৰ কৰিছিল। বিংশ শতাব্দীৰ শেষৰফালে অতুলনীয়ভাৱে বঙালী কবিতাত তেওঁ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰবীন্দ্ৰৰ পাছতেই তেওঁ বঙালী ভাষাৰ প্ৰধান কবি হিচাবে সৰ্বসাধাৰণৰ মাজত স্বীকৃত।[][][]


জীবনানন্দ দাস

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  • পৃথিৱীৰ গভীৰ গভীৰতৰ ৰোগ এতিয়া;

মানুহ এতিয়াও ঋণী পৃথিৱীৰ ওচৰত। []

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
 
Commons
  1. (2010) Saṃsada Bāṅālī caritābhidhāna, 5th (bn ভাষাত), Kolkata। Sāhitya Saṃsada।
  2. "Barishale Jibanananda Mela", Prothom Alo, Transcom Group, 6 December 2015. (in bn) “বাংলা সাহিত্যে ৰবীন্দ্ৰনাথ ও নজৰুল ইসলামেৰ পৰ শ্ৰেষ্ঠ কবি জীবনানন্দ দাশ। নতুন প্ৰজন্ম জীবনানন্দ দাশকে ভুলতে বসেছে। জীবনানন্দেৰ প্ৰকৃতি প্ৰেম ও দৰ্শন নতুন প্ৰজন্মেৰ মধ্যে ছড়িয়ে দিতে হবে। ... বলেন ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়েৰ সাবেক উপাচাৰ্য পবিত্ৰ সৰকাৰ। Jibanananda Das is the greatest poet after Rabindranath and Nazrul Islam. The young generation is forgetful of Jibanananda. We should promulgate his love and view of nature among the new generations. ... said Pabitra Sarkar, the ex-VC of Rabindra Bharati University.”
  3. Error on call to সাঁচ:cite web: Parameters url and title must be specified (bn ভাষাত). প্ৰকাশক: Alokita Bangladesh.
  4. (2012) “Das, Jibanananda”, Banglapedia: the National Encyclopedia of Bangladesh, 2nd, Dhaka। Asiatic Society of Bangladesh
  5. আলোকপত্ৰ, জীবনানন্দ দাশেৰ গ্ৰন্থিত-অগ্ৰন্থিত কবিতাসমগ্ৰ, আবু হাসান শাহৰিয়াৰ সম্পাদিত, প্ৰকাশক- সাহিত্য বিকাশ, ঢাকা, প্ৰথম প্ৰকাশ- ফেব্ৰুয়াৰি ২০০৮, দ্বিতীয় মুদ্ৰণ- ফেব্ৰুয়াৰি ২০১০, পৃষ্ঠা ৫২২