জিম্মী ৱেলছ

ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক

জিম্মী ৱেলছ ওৰফে জিম্ব' ৱেলছ (ইংৰাজী: Jimmy Wales) এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী, কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. এনে এখন পৃথিৱীৰ কল্পনা কৰক য'ত পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিক মানৱ আৰ্জিত জ্ঞানৰ পুঞ্জলৈ বিনামূলীয়াকৈ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হয়। আমি সেয়াই কৰি আছো।[১]

বাহ্যিক সংযোগসম্পাদনা কৰক

 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:


উৎসসম্পাদনা কৰক

  1. Robin "Roblimo" Miller (২৮ জুলাই ২০০৪). Wikipedia Founder Jimmy Wales Responds. প্ৰকাশক: Slashdot. আহৰণ কৰা হৈছে: ১০ ফেব্ৰুৱাৰী ২০২২.