ছিড্‌নি স্মিথ (ইংৰাজী: Sydney Smith; ৩ জুন ১৭৭১ – ২২ ফেব্ৰুৱাৰী ১৮৪৫) এজন ইংৰাজ ধৰ্মগুৰু, সমালোচক, দাৰ্শনিক আৰু বুদ্ধিজীৱি আছিল।

ছিড্‌নি স্মিথ

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. হতাশাক প্ৰশ্ৰয় নিদিবা৷ এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অভ্যাসৰ অংশ হৈ পৰিব৷
  2. অকণমান সাহসৰ অভাৱতেই পৃথিৱীৰ বহু প্ৰতিভাৰ অকালতে অপচয় ঘটে৷
  3. বন্ধুত্ব হ’ব লাগে সকলো বয়সৰ মানুহৰ মাজত, বিপৰীত লিংগৰ মানুহৰ মাজতো৷[]

লগতে চাওক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
  1. উদ্ধৃতি অভিধান, ৰক্তাভ জ্যোতি বৰা, বাণী মন্দিৰ, ২০০৩