ছাদত হাছান মাণ্টো
ছাদত হাছান মাণ্টো (ইংৰাজী: Saadat Hasan Manto) হৈছে পূৰ্বৰ ব্ৰিটিছ ভাৰত আৰু ভাৰত বিভাজনৰ পিছত পাকিস্তানৰ অন্তৰ্গত লুধিয়ানাত জন্মগ্ৰহণ কৰা এজন লেখক তথা নাট্যকাৰ।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- নেতাই যেতিয়া চকুপানী মুচি মানুহক কয় যে ধৰ্ম সংকটত পৰিছে, তেতিয়া ইয়াত কোনো সত্যতা নাই। ধৰ্ম এনেকুৱা বস্তুৱেই নহয় যে ই সংকটত পৰিব পাৰে, যদি কিবা সংকটত আছে সেয়া কেৱল নেতাসকলৰ পৰাহে আছে যিয়ে ব্যক্তিগত মুনাফা আদায় কৰিবলৈ ধৰ্মক সংকটত পেলাই দিয়ে।[১]
- আগতে ধৰ্ম অন্তৰত আছিল আজিকালি টুপীত থাকে। শাসন ব্যৱস্থাও এতিয়া টুপীলৈ আহিছে। টুপী জিন্দাবাদ![১]
- পৃথিৱীত যিমানবোৰ অভিশাপ আছে, ভোক সেইবোৰৰ মাতৃ।[১]
উৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ১.২ Quotes of Saadat Hasan Manto. প্ৰকাশক: Rekhta.