ছাইমন ডেনিছ পয়ছন
ছাইমন ডেনিছ পয়ছন (ইংৰাজী: Siméon Denis Poisson, ২১ জুন ১৭৮১ – ২৫ এপ্ৰিল ১৮৪০) আছিল এগৰাকী ফৰাচী গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- জীৱন কেৱল দুটা বস্তুৰ বাবে ভাল, গণিত আৱিষ্কাৰ কৰা আৰু গণিত শিকোৱা।[১]
উৎস
সম্পাদনা কৰক- ↑ Mathematics Magazine, v. 64, no. 1, Feb. 1991.