কাৰ্ল ফ্ৰিডৰিক গাউছ
যোহান কাৰ্ল ফ্ৰিডৰিক গাউছ (ইংৰাজী: Johann Carl Friedrich Gauss; ৩০ এপ্ৰিল ১৭৭৭ – ২৩ ফেব্ৰুৱাৰী ১৮৫৫) আছিল এগৰাকী জাৰ্মান গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানী।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- গণিত বিজ্ঞানৰ ৰাণী আৰু সংখ্যা তত্ত্ব গণিতৰ ৰাণী।
- ঈশ্বৰে পাটিগণিত কৰে।
- যুগান্তকাৰী গণিতজ্ঞ মাথোঁ তিনিজনহে আছে আৰু তেওঁলোক হৈছে আৰ্কিমিডিছ, নিউটন আৰু আইজেনষ্টাইন।
- গণিত কেৱল সম্পৰ্কৰ গণনা আৰু তুলনাৰ সৈতেহে জড়িত।[১]
- আপুনি কয় যে বিশ্বাস এটা উপহাৰ; এইটোৱেই হয়তো ইয়াৰ বিষয়ে ক’ব পৰা আটাইতকৈ শুদ্ধ কথা।[২]