এৰিক টেম্পল বেল
এৰিক টেম্পল বেল (৭ ফেব্ৰুৱাৰী ১৮৮৩ - ২১ ডিচেম্বৰ ১৯৬০) আছিল এগৰাকী ব্ৰিটিছ গণিতজ্ঞ তথা কল্পবিজ্ঞান লেখক।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- ইউক্লিডে মোক শিকাইছিল যে অনুমান অবিহনে কোনো প্ৰমাণ নাথাকে। গতিকে যিকোনো যুক্তিত অনুমানবোৰ পৰীক্ষা কৰক।[১]
- "স্পষ্ট" শব্দটোৱেই হৈছে গণিতৰ আটাইতকৈ বিপদজনক শব্দ।
উৎস
সম্পাদনা কৰক- ↑ H. Eves, Return to Mathematical Circles., Boston: Prindle, Weber and Schmidt, 1988.