এলান ট্যুৰিং (ইংৰাজী: Alan Mathison Turing; ২৩ জুন ১৯১২ – ৭ জুন ১৯৫৪) আছিল একাধাৰে ইংৰাজ গণিতজ্ঞ, কম্পিউটাৰ বিজ্ঞানী, তৰ্কবিদ, সংকেত বিশ্লেষক, দাৰ্শনিক আৰু তাত্ত্বিক জীৱবিজ্ঞানী।

১৬ বছৰ বয়সত এলান ট্যুৰিং

উদ্ধৃতিসমূহসম্পাদনা কৰক

  1. বিজ্ঞান হৈছে এক অৱকল সমীকৰণ। ধৰ্ম হৈছে এটা সীমাৰ চৰ্ত।

উৎসসম্পাদনা কৰক