এলবাৰ্ট স্বোৱেইৎজাৰ

এলবাৰ্ট স্বোৱেইৎজাৰ (ইংৰাজী: Albert Schweitzer; ১৪ জানুৱাৰী ১৮৭৫ – ৪ ছেপ্টেম্বৰ ১৯৬৫) এজন জাৰ্মান দাৰ্শনিক, দানবীৰ, চিকিৎসক, ধৰ্মতত্ত্ববিদ, মিছনেৰী আৰু সংগীতবিদ আছিল। তেওঁ ১৯৫২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. প্ৰত্যেকজন ৰোগীয়েই তেওঁৰ চিকিৎসকজনক নিজৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰে।[]
  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই