ডেচি এডেল ডেভিছ (২৫ ফেব্ৰুৱাৰী, ১৯০৪, লেইটন, ইণ্ডিয়ানা, আমেৰিকা – ৩১ মে', ১৯৭৪, পাল'ছ ভাৰ্ডেছ এষ্টেটছ, কেলিফৰ্ণিয়া, আমেৰিকা) এগৰাকী আমেৰিকান পুষ্টিবিদ আৰু লেখিকা আছিল।

উদ্ধৃতিসমূহ সম্পাদনা কৰক

  1. প্ৰতিদিনেই তুমি দুটা কামৰ যি কোনো এটা কৰি থাকাঃ হয় তুমি স্বাস্থ্য গঢ়া, অথবা তুমি শৰীৰৰ মাজত ৰোগ সৃষ্টি কৰি থাকা।[১]

উৎস সম্পাদনা কৰক

  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই