উপলা নদীৰ দৰে
উপলা নদীৰ দৰে অসমীয়া ভাষাত লিখা মহেন্দ্ৰ বৰাৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ।
উদ্ধৃতিসমূহ
সম্পাদনা কৰক- "জীৱনটো যাপন কৰিলোঁ, বৰ বেচি অকোৱা-পকোৱা নকৰাকৈ - প্ৰায় এডাল সৰল ৰেখাৰ গতিৰে। তাতে যে কত খুন্দা-খুন্দলি খালোঁ! মই মচ খাই নোহোৱা হৈ যোৱাৰ ভয়ে মোক কিন্তু অকণো আমনি কৰা নাই। মৃত্যুৰ ভয় মোৰ নিজৰ ববীয়াটোৰ কাৰণে নহয় - মোৰ আপোন মানুহবোৰৰ ভাগত সমূহীয়াকৈ পৰাটোৰ কাৰণেহে।"[১]
উত্স
সম্পাদনা কৰক- ↑ 'কৈফিয়ৎ' পৃষ্ঠা