ইভান এলেকচিভিচ বুনিন (ইংৰাজী: Ivan Alekseyevich Buninan; ১০ অক্টোবৰ ১৮৭০ – ৮ নৱেম্বৰ ১৯৫৩) ১৯৩৩ চনত সাহিত্যৰ নবেল বঁটা লাভ কৰা প্ৰথম ৰাছিয়ান লেখক আছিল। গদ্য আৰু কবিতা ৰচনাত তেওঁ ধ্ৰুপদী ৰাছিয়ান পৰম্পৰাক এক কঠোৰ শিল্পীত্বৰে চলাই নিয়াবাবে তেওঁ বিখ্যাত হৈছিল। তেওঁৰ কবিতা আৰু কাহিনীৰ গাঁথনি, যাক কেতিয়াবা "বুনিন ব্ৰোকেড" বুলি কোৱা হয়, ভাষাটোৰ আটাইতকৈ মূল্যবান সম্পদ বুলি গণ্য কৰা হয়।

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. ঘৰ সাজিবলৈ ওখ ভেটি কৰি ল'ব লাগে। সেইদৰে কথা প্ৰকাশ কৰাৰ আগতে মনতে এবাৰ দকৈ চিন্তা কৰি লোৱা উচিত
  2. যৌৱন সকলোৰে বাবে যায়, কিন্তু প্ৰেম... সামগ্ৰিকভাৱে বেলেগ বিষয়।
  3. দৰাচলতে, আমি সকলোৱে নিজকে ফাঁচীকাঠত ওলোমোৱাৰ সময় আহি পৰিছে।