আপনা সপনা মানি মানি (চলচ্চিত্ৰ)

আপনা সপনা মানি মানি (অনুবাদ:আমাৰ সপোন [কেৱল] টকা আৰু টকা) ২০০৬ চনৰ ১০ নৱেম্বৰত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী কমেডী ছবি। সংগীত শিৱনৰ পৰিচালনাত নিৰ্মিত আপনা সপনা মানি মানি হৈছে কেইবাটাও চৰিত্ৰৰ কাহিনী যিয়ে ধনী হ’বলৈ কৰা প্ৰচেষ্টাকে দূশ্যায়ন কৰা হৈছে। সুভাষ ঘাইৰ প্ৰযোজনা কৰা এই ছবিখন এক পৰিস্থিতিগত কমেডী।

সংলাপ সম্পাদনা কৰক

  • য'ত সত্যক মানি লোৱা নহয়, তাত মিছা কথা কওক আৰু য'ত নিজৰ অধিকাৰ নাপায় তাত চুৰি কৰক।
    • ৰিতেশ দেশমুখ
  • মই তোমাক অন্ধভাৱে আৰু কোনো চিন্তা নকৰাকৈয়ে ভাল পাইছিলোঁ আৰু তুমি মোৰ ইচ্ছাক প্ৰতাৰণা কৰি আক্ৰমণ কৰিলা।
    • অনুপম খেৰ

চৰিত্ৰত সম্পাদনা কৰক

  • সুনীল শ্বেট্টী - নামদেব মানে
  • ৰিতেশ দেশমুখ - কিশন/সুনেইনা (ছানিয়া)
  • শ্ৰেয়াছ তালপাডে - অৰ্জুন ফাৰ্ণাণ্ডেজ
  • অনুপম খেৰ - পণ্ডিত সত্যবোল শাস্ত্ৰী
  • জেকি শ্ৰফ - ডেনি কাৰ্লোছ
  • কোয়েনা মিত্ৰ - জুলি ফাৰ্ণাণ্ডেজ
  • ৰিয়া সেন - শিৱানী শাস্ত্ৰী
  • চেলিনা জেটলী - ছানিয়া বদনাম
  • চংকি পাণ্ডে - ৰাণা জং বাহাদুৰ
  • ৰাজপাল যাদৱ - মাথা প্ৰসাদ
  • সঞ্জয় মিশ্ৰা - সৰজু মহাৰাজ বেনাৰসৱালে
  • সুনীল পাল - মাথা প্ৰসাদৰ সহকাৰী

উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক