অঘৰী আত্মাৰ কাহিনী
অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক চৈয়দ আব্দুল মালিক। [১] অসমীয়া সাহিত্যত এখন সামাজিক উপন্যাস হিচাপে এই উপন্যাসখনৰ গুৰুত্ব আছে। উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৯৬৯ চনত। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’ হৈছে ১৯৭২ চনত [[অসমীয়া] ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল লাভ কৰা দ্বিতীয়খন অসমীয়া উপন্যাস। [১]
উদ্ধৃতিসমূহ
সম্পাদনা কৰকতথ্যউৎস
সম্পাদনা কৰক- ↑ ১.০ ১.১ ঈয়াৰুইংগম. ৰত্নোত্তমা দাস বিক্ৰম. প্ৰকাশক: জনমভূমি.ইন (3 December 2016). Archived from the original on 16 August 2019. আহৰণ কৰা হৈছে: 15 August 2019.