ৱিকিউদ্ধৃতি:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)
সমাজৰ বাটচ’ৰা স্বাগতম | সাহায্য কেন্দ্ৰ প্ৰবন্ধৰ অনুৰোধ | ৰাইজৰ চ’ৰা সংৰক্ষণ • প্ৰস্তাৱসমূহ | প্ৰশাসকৰ জাননীসমূহ অভিযোগ কৰক • বিলোপনৰ ভোটদান |
ৱিকিউদ্ধৃতি প্ৰশাসক নিৰ্বাচন সম্পাদনা কৰক
নতুনকৈ আৰম্ভ হোৱা অসমীয়া ৱিকিউদ্ধৃতি প্ৰকল্পৰ কাৰিকৰী দিশসমূহ পৰিচালনা কৰিবলৈ এজন প্ৰশাসকৰ প্ৰয়োজন হৈছে। সেয়েহে প্ৰশাসকৰ বাবে যোগ্য বিবেচনা কৰি সক্ৰিয় আৰু কাৰিকৰী দিশেৰে পটু সদস্য চন্দন চিৰিং ফুকন নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ। - দিব্য দত্ত (বাৰ্তা) ২২:১৬, ২৭ জানুৱাৰী ২০২৩ (IST)
সমৰ্থন সম্পাদনা কৰক
- দিব্য দত্ত (বাৰ্তা) ২২:১৬, ২৭ জানুৱাৰী ২০২৩ (IST)
- Nayan j Nath (বাৰ্তা) ২২:২২, ২৭ জানুৱাৰী ২০২৩ (IST)
- দীপকজ্যোতি মহন্ত (বাৰ্তা) ২২:৫৬, ২৭ জানুৱাৰী ২০২৩ (IST)
- Rajdweep225 (বাৰ্তা) ২৩:০১, ২৭ জানুৱাৰী ২০২৩ (IST)
- অনামিকা(চুমু) বড়া (বাৰ্তা) ২৩:১৭, ২৭ জানুৱাৰী ২০২৩ (IST)
- Ishanjyotibora (বাৰ্তা) ২৩:২৭, ২৭ জানুৱাৰী ২০২৩ (IST)
- Kuldhar Rabha (বাৰ্তা) ২৩:৫৪, ২৭ জানুৱাৰী ২০২৩ (IST)
- Priyankush Deka (বাৰ্তা) ০০:১৪, ২৮ জানুৱাৰী ২০২৩ (IST)
- ---chanakyakdas (বাৰ্তা) ১৪:১৫, ২৮ জানুৱাৰী ২০২৩ (IST)
- -- IKHazarika (বাৰ্তা) ২০:৪০, ২৮ জানুৱাৰী ২০২৩ (IST)
- Jyoti Chiring (বাৰ্তা) ২২:৩৫, ৩ মে' ২০২৪ (IST)
মন্তব্য সম্পাদনা কৰক
- পৰ্যাপ্ত সংখ্যক সক্ৰিয় সদস্য নোহোৱা বাবে আৰু ভোট দান কৰা সদস্যৰ সৰহভাগেই ৱিকিউদ্ধৃতিত সম্পাদনা নকৰা সদস্য হোৱা বাবে প্ৰশাসকৰ পদ প্ৰদান কৰা নহ’ল।
“অসমীয়া ৱিকিউদ্ধৃতি”ৰ প্ৰশাসক নিৰ্বাচন সম্পৰ্কে সম্পাদনা কৰক
অসমীয়া ৱিকিউদ্ধৃতি ড’মেইন লাভ কৰাৰে পৰা বৰ্তমানলৈকে যিহেতু এই প্ৰকল্পত এগৰাকীও প্ৰশাসক নাই; সেই হেতুকে প্ৰকল্পটো পৰিচালনা কৰিবলৈ আৰু ৱিকিউদ্ধৃতিৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে প্ৰশাসক নিৰ্বাচনৰ বাবে সক্ৰিয় তথা দক্ষ অসমীয়া ৱিকিমিডিয়ান চন্দন চিৰিং ফুকন দাদাৰ নামটো প্ৰস্তাৱ হিচাপে আগবঢ়ালোঁ৷ -Kuldhar Rabha (বাৰ্তা) ১৩:৫৬, ৮ জুন ২০২৩ (IST)
সমৰ্থন সম্পাদনা কৰক
- Kuldhar Rabha (বাৰ্তা) ১৩:৫৬, ৮ জুন ২০২৩ (IST)
- Nayan j Nath (বাৰ্তা) ১৪:২০, ৮ জুন ২০২৩ (IST)
- অনামিকা(চুমু) বড়া (বাৰ্তা) ১৪:৩৮, ৮ জুন ২০২৩ (IST)
- Babulbaishya (বাৰ্তা) ১৬:২৩, ৮ জুন ২০২৩ (IST)
- pranamikaadhikary(বাৰ্তা) ২৩:১৫, ৮ জুন ২০২৩ (IST)
- - Joli Rumi (বাৰ্তা) ১৮:৫৯, ৯ জুন ২০২৩ (IST)
- অজয় দাস (বাৰ্তা) ২১:১৬, ১০ জুন ২০২৩ (IST)
- দিব্য দত্ত (বাৰ্তা) ০৮:১৭, ১৩ জুন ২০২৩ (IST)
- দীপকজ্যোতি মহন্ত (বাৰ্তা) ১৯:২৩, ২৬ জুন ২০২৩ (IST)
মন্তব্য সম্পাদনা কৰক
মাননীয় সদস্যসকলৰ সমৰ্থনত ৬ মাহৰ বাবে প্ৰশাসকৰ অধিকাৰ প্ৰাপ্ত কৰা হ'ল। এইবাৰ এগৰাকী ইণ্টাৰফেছ প্ৰশাসকৰ বাবে আমি চিন্তা কৰিব লাগে। ---Chandan Chiring Phukon Chat ০০:২৫, ২১ জুন ২০২৩ (IST)
ইণ্টাৰফেচ প্ৰশাসকৰ মনোনয়ন সম্পাদনা কৰক
অসমীয়া ৱিকিউদ্ধৃতিত ইণ্টাৰফেচ প্ৰশাসক এগৰাকী আৰু অতিৰিক্ত প্ৰশাসক এগৰাকীৰ প্ৰয়োজন হৈছে। সেয়ে প্ৰকল্পটো পৰিচালনা কৰিবলৈ আৰু ৱিকিউদ্ধৃতিৰ উত্তৰোত্তৰ উন্নতিৰ কামনাৰে প্ৰণামিকা অধিকাৰী আৰু কুলধৰ ৰাভাৰ নাম দুটা প্ৰস্তাৱ কৰিলোঁ। মাননীয় সদস্যসকলে অনুগ্ৰহ কৰি ভোটদান কৰিব।--Chandan Chiring Phukon Chat ০৯:২৩, ২৬ জুন ২০২৩ (IST)
সমৰ্থন সম্পাদনা কৰক
- সমৰ্থন-Chandan Chiring Phukon Chat ০৯:২৩, ২৬ জুন ২০২৩ (IST)
- Babulbaishya (বাৰ্তা) ০৯:৪৮, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন-অজয় দাস (বাৰ্তা) ০৯:৪৯, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন- দিব্য দত্ত (বাৰ্তা) ১০:১০, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন - Nayan j Nath (বাৰ্তা) ১০:১১, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন -Joli Rumi (বাৰ্তা) ১৮:০১, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন-দীপকজ্যোতি মহন্ত (বাৰ্তা) ১৮:২৭, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন - Ishanjyotibora (বাৰ্তা) ১৯:৩৪, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন- Rumi Borah~aswiki (বাৰ্তা) ২০:০৫, ২৬ জুন ২০২৩ (IST)
- সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) ১৯:০২, ২৭ জুন ২০২৩ (IST)
বিৰোধিতা সম্পাদনা কৰক
মন্তব্য সম্পাদনা কৰক
- সক্ৰিয় সদস্যৰ সংখ্যা কম হোৱা বাবে মুঠ তিনিজন প্ৰশাসক অনুমোদন কৰিব নে নকৰিব অনুমান কৰিব পৰা নাই। যদি নিদিয়ে তেন্তে ছমাহৰ পিছত চন্দনকে ইণ্টাৰফেচ প্ৰশাসকৰ বাবে আৱেদন কৰিবলৈ পৰামৰ্শ দিলোঁ। - দিব্য দত্ত (বাৰ্তা) ১০:১৩, ২৬ জুন ২০২৩ (IST)
- @দিব্য দত্ত ঠিক আছে বাৰু। -Chandan Chiring Phukon Chat ২০:০৯, ২৬ জুন ২০২৩ (IST)
- আপোনালোকৰ সমৰ্থনমৰ্মে ছয় মাহৰ কাৰণে প্ৰশাসক আৰু ইণ্টাৰফেইচ প্ৰশাসকৰ অধিকাৰ প্ৰাপ্ত কৰিলোঁ৷ সন্মানীয় ৱিকিমিডিয়ান সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ ধন্যবাদ৷ -Kuldhar Rabha (বাৰ্তা) ১০:২৯, ১ জুলাই ২০২৩ (IST)
প্ৰশাসকৰ ম্যাদ বৃদ্ধি আৰু ইণ্টাৰফেচ প্ৰশাসকৰ বাবে আবেদন সম্পাদনা কৰক
অহা ১৮ ডিচেম্বৰ ২০২৩ তাৰিখে ৱিকিউদ্ধৃতিত প্ৰশাসক হিচাপে মোৰ ম্যাদ উকলিব। এই ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰাৰ লগতে ইণ্টাৰফেচ প্ৰশাসকৰ অধিকাৰ প্ৰাপ্তিৰ বাবে পুনৰ আবেদন কৰিবলৈ লৈছোঁ। যদিহে বিগত ছমাহৰ কাম-কাজে ৱিকিউদ্ধৃতিৰ উত্তৰণত অৰিহণা যোগাইছে বুলি আপুনি ভাবে তেন্তে অনুগ্ৰহ কৰি সমৰ্থন জনাব।---Chandan Chiring Phukon Chat ২২:২৩, ৪ ডিচেম্বৰ ২০২৩ (IST)
সমৰ্থন সম্পাদনা কৰক
- দিব্য দত্ত (বাৰ্তা) ২২:৩১, ৪ ডিচেম্বৰ ২০২৩ (IST)
- -chanakyakdas (বাৰ্তা) ২২:৩২, ৪ ডিচেম্বৰ ২০২৩ (IST)
- BhuyanBhaskar (বাৰ্তা) ২২:৩৩, ৪ ডিচেম্বৰ ২০২৩ (IST)
- Nayan j Nath (বাৰ্তা) ২৩:০৩, ৪ ডিচেম্বৰ ২০২৩ (IST)
- সমৰ্থন -Kuldhar Rabha (বাৰ্তা) ০২:২৬, ৫ ডিচেম্বৰ ২০২৩ (IST)
- অনামিকা(চুমু) বড়া (বাৰ্তা) ১৪:০০, ৫ ডিচেম্বৰ ২০২৩ (IST)
বিৰোধ সম্পাদনা কৰক
মন্তব্য সম্পাদনা কৰক
আপোনালোকৰ সমৰ্থনত ছমাহলৈ ম্যাদ বৃদ্ধিত অনুমোদন পালোঁ। সকলোকে ধন্যবাদ। ---Chandan Chiring Phukon Chat ০৭:১৮, ১৭ ডিচেম্বৰ ২০২৩ (IST)
অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা সম্পাদনা কৰক
প্ৰিয় ৱিকিসতীৰ্থসকল, অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰাৰ কথা ভবা হৈছে। ইয়াৰ বাবে নিয়মাৱলীৰ খচৰা এটাও তলত দিয়া ধৰণে প্ৰস্তুত কৰা হৈছে। আশাকৰোঁ আপোনালোকে বহুমূলীয়া মন্তব্য, দিহা-পৰামৰ্শৰে প্ৰস্তাৱটো কাৰ্যকৰী কৰাত সহায় আগবঢ়াব।-Chandan Chiring Phukon Chat ২১:০৭, ৫ এপ্ৰিল ২০২৪ (IST)
- নিয়মাৱলী
- অনলাইন এই মেলাখন ২২ এপ্ৰিল ২০২৪-ৰ পৰা ২৮ এপ্ৰিল ২০২৪-লৈ অনুষ্ঠিত হ'ব।
- অৱদানকাৰীসকলৰ প্ৰত্যেকৰে একোটা ৱিকি একাউণ্ট থাকিব লাগিব।
- উদ্ধৃতিসমূহৰ বিষয়বস্তু হ'ব ভাৰতৰ ব্যক্তি।
- উদ্ধৃতিসমূহ সঠিক আৰু অনলাইন সত্যাপনযোগ্য উৎসৰে সংযোজিত হ'ব লাগিব। অৱদানকাৰীসকলে ইংৰাজী ৱিকিউদ্ধৃতিৰ পৰা অনুবাদো কৰিব পাৰিব।
- উদ্ধৃতিৰ সংখ্যা এখন পৃষ্ঠাত কমেও পাঁচটা হ'ব লাগিব। আনে সৃষ্টি কৰা পৃষ্ঠাত মেলাখন চলি থকা অৱস্থাত আনে সম্পাদনা কৰিব নোৱাৰিব।
- ভাৰতৰ ব্যক্তিৰ এখন তালিকা প্ৰকল্প পৃষ্ঠাত দিয়া হ'ব। অৱদানকাৰীসকলে এই তালিকাখনত অন্য নাম যোগ কৰিব পাৰিব।
- অৱদানকাৰীসকলক বাৰ্ণষ্টাৰ আগবঢ়োৱা হ'ব।
সমৰ্থন সম্পাদনা কৰক
- সমৰ্থন -Nayan j Nath (বাৰ্তা) ২১:১৯, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন — চাণক্য (বাৰ্তা) ২১:২০, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন -Joli Rumi (বাৰ্তা) ২১:৫৬, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন - Ishanjyotibora (বাৰ্তা) ২২:০২, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন- --Pranamikaadhikary (বাৰ্তা) ২২:২৮, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন- অনামিকা(চুমু) বড়া (বাৰ্তা) ২২:৩৭, ৫ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন —Kuldhar Rabha (বাৰ্তা) ০৬:১৭, ৬ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন —AjayDas (বাৰ্তা) ২২:২২, ৬ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন - Rumi Borah~aswiki (বাৰ্তা) ১৮:২৯, ৮ এপ্ৰিল ২০২৪ (IST)
বিৰোধ সম্পাদনা কৰক
মন্তব্য সম্পাদনা কৰক
- সংযোজন:
- এই পৃষ্ঠাসমূহ নতুনকৈ সৃষ্টি কৰা হ'ব লাগিব।
- উদ্ধৃতি পৰীক্ষক হিচাপে দিব্য দত্ত দা আৰু চাণক্য কুমাৰ দাসৰ নামটো প্ৰস্তাৱ কৰিছোঁ।
- সমন্বয়ক হিচাপে মই নিজে থাকিব পাৰিম।
- প্ৰকল্প পৃষ্ঠাত অনুগ্ৰহ কৰি চহী আৰু পৃষ্ঠাৰ তালিকাখন দীঘলীয়া কৰিব।
প্ৰশাসক পদৰ বাবে আবেদন সম্পাদনা কৰক
নমস্কাৰ৷ 🙏 অসমীয়া ৱিকিউদ্ধৃতিৰ উন্নয়নৰ বাবে মই সাধাৰণ আৰু ইণ্টাৰফেইচ প্ৰশাসক পদৰ বাবে আবেদন জনাইছোঁ৷ আপোনালোকে যদি বিচাৰে অনুগ্ৰহ কৰি সমৰ্থন জনাব৷ ধন্যবাদ। -Kuldhar Rabha (বাৰ্তা) ২২:০৩, ২৯ এপ্ৰিল ২০২৪ (IST)
সমৰ্থন সম্পাদনা কৰক
- সমৰ্থন জনাইছোঁ। -Joli Rumi (বাৰ্তা) ২২:১২, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন জনাইছোঁ। -দিব্য দত্ত (বাৰ্তা) ২২:১৬, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন জনাইছোঁ। -Nayan j Nath (বাৰ্তা) ২২:২৮, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন জনাইছোঁ। অনামিকা(চুমু) বড়া (বাৰ্তা) ২২:৪০, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন৷ Babulbaishya (বাৰ্তা) ২২:৫৮, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন জনালোঁ৷---Pranamikaadhikary (বাৰ্তা) ২৩:৫৪, ২৯ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন জনাইছোঁ। - Priyankush Deka (বাৰ্তা) ০৯:১৯, ৩০ এপ্ৰিল ২০২৪ (IST)
- সমৰ্থন Saurabhsaha (বাৰ্তা) ১০:২৪, ২ মে' ২০২৪ (IST)
বিৰোধ সম্পাদনা কৰক
মন্তব্য সম্পাদনা কৰক
আপোনালোকৰ সমৰ্থনমৰ্মে এবছৰৰ বাবে উক্ত পদ দুটাৰ অধিকাৰ লাভ কৰিলোঁ৷ সমৰ্থনকাৰী সন্মানীয় ৱিকিমিডিয়ান সকলোলৈকে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ৷ —Kuldhar Rabha (বাৰ্তা) ১৯:৫২, ৬ মে' ২০২৪ (IST)